“জে কে বৰুৱা অনূৰ্ধ্ব-১৯ আন্তঃজিলা ক্ৰিকেট”ৰ এলিট শাখাত সভাপতি একাদশৰ খিতাপ দখল

“জে কে বৰুৱা অনূৰ্ধ্ব-১৯ আন্তঃজিলা ক্ৰিকেট”ৰ এলিট শাখাত সভাপতি একাদশৰ খিতাপ দখল

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ধেমাজিক এক ইনিংছ আৰু ৪১ ৰাণত হৰুৱাই সভাপতি একাদশে বৰপেটাৰ বিডিএছএ খেলপথাৰত অনুষ্ঠিত “জে কে বৰুৱা ১৯ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট”ৰ এলিট গ্ৰুপত বিজয়ীৰ সন্মান অৰ্জন কৰিছে । টছত জয়ী হৈ ধেমাজিয়ে প্ৰথমে বেটিং কৰি ৩৪.৩...
“ৰাজ্যিক ক্ৰীড়া বঁটা”ৰ সৱিশেষ

“ৰাজ্যিক ক্ৰীড়া বঁটা”ৰ সৱিশেষ

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম চৰকাৰৰ “ৰাজ্যিক ক্ৰীড়া দিৱস” উদযাপন।২০২৫ বৰ্ষৰ “ৰাজ্যিক ক্ৰীড়া বঁটা” প্ৰদান।ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰীয়ে প্ৰদান কৰিলে বঁটা।২০২৬ বৰ্ষৰ “ৰাজ্যিক ক্ৰীড়া বঁটা” প্ৰদান। যোৱা ৩ ছেপ্তেম্বৰত...
ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয় এদিনীয়াৰ টিকট বিক্ৰী ৪ ছেপ্টেম্বৰৰ পৰা

ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয় এদিনীয়াৰ টিকট বিক্ৰী ৪ ছেপ্টেম্বৰৰ পৰা

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত অহা ৩০ ছেপ্টেম্বৰত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হ’বলগীয়া দ্বিতীয়খন এদিনীয়া খেলৰ টিকট বিক্ৰী অহা ৪ ছেপ্টেম্বৰৰ ( ২০২৬ ) পুৱা ১১:০০ বজাত আৰম্ভ হ’ব বুলি অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা জনোৱা হৈছে ।...
মুকুট দাসৰ মৃত্যুত অসম ক্ৰিকেট সন্থাৰ গভীৰ শোক প্ৰকাশ

মুকুট দাসৰ মৃত্যুত অসম ক্ৰিকেট সন্থাৰ গভীৰ শোক প্ৰকাশ

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসমৰ প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ মুকুট দাসৰ মৃত্যুত অসম ক্ৰিকেট সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে । বুধবাৰে গুৱাহাটীত ৭৪ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।এজন প্ৰতিভাৱান অল-ৰাউণ্ডাৰ দাসে প্ৰথম শ্ৰেণীৰ ১৪খন খেলত অসমক...
আই টি এফ ৱ’ল্ড মাষ্টাৰ্ছ এম টি ২০০ টেনিছ পূৰ্ণগতিত,২৮ আগষ্টত প্ৰতিযোগিতাৰ ফাইনেল

আই টি এফ ৱ’ল্ড মাষ্টাৰ্ছ এম টি ২০০ টেনিছ পূৰ্ণগতিত,২৮ আগষ্টত প্ৰতিযোগিতাৰ ফাইনেল

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলস্থিত সন্থাৰ কমপ্লেক্সত চলি থকা আই টি এফ ৱ’ল্ড টেনিছ মাষ্টাৰ্ছ এম টি ২০০ প্ৰতিযোগিতাখনৰ তিনিটা বয়স শাখা ক্ৰমে ৪৫, ৫৫ আৰু ৬৫ বছৰ উধ্বৰ্ৰ সকলো ছেমিফাইনেল মেচ বুধবাৰে সমাপ্ত হৈছে৷ আনহাতে, ৩৫...