ৱৰ্ল্ড বল চেম্পিয়ন অৱ চেম্পিয়নছ ,পদক নিশ্চিত পুতুল সোণোৱালৰ

ৱৰ্ল্ড বল চেম্পিয়ন অৱ চেম্পিয়নছ ,পদক নিশ্চিত পুতুল সোণোৱালৰ

গুৱাহাটী, ৯ অক্টোবৰঃ অষ্ট্ৰেলিয়াত চলি থকা “বিশ্ব লনবল চেম্পিয়ন অৱ চেম্পিয়নছ”ৰ ছেমিফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে অসমৰ পুতুল সোণোৱালে৷ বৰ্তমান দেশৰ শীৰ্ষস্থানৰ খেলুৱৈ পুতুল হ’ল এই প্ৰতিযোগিতাত পদক নিশ্চিত কৰা ভাৰতৰ প্ৰথমজন খেলুৱৈ৷ ছেমিত পুতুল...