“এছিয়ান গেমছ”ৰ প্ৰস্তুতিৰ বাবে নেপাল বক্সিং দলৰ প্ৰথম পচন্দ গুৱাহাটী ছাই

“এছিয়ান গেমছ”ৰ প্ৰস্তুতিৰ বাবে নেপাল বক্সিং দলৰ প্ৰথম পচন্দ গুৱাহাটী ছাই

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন সমাগত জাপানৰ “এছিয়ান গেমছ-২০২৬”।অসমত উপস্থিত নেপালৰ বক্সিং দল। গুৱাহাটী ছাইত “এছিয়ান গেমছ”ৰ বাবে নেপালৰ বক্সিং দলৰ অনুশীলন।অসমৰ খেলুৱৈৰ বিৰুদ্ধে প্ৰীতি মেচত অংশগ্ৰহণ। অহা ১৯ ছেপ্তেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জাপানত...