by Gogo Sports NE | Aug 16, 2026 | Para Athletics
গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গুৱাহাটীত “ষষ্ঠ সংখ্যক সদৌ অসম পেৰা স্পৰ্টছ মিট-২০২৬”।২৩ খন জিলাৰ ৩৪৫ গৰাকী খেলুৱৈৰ ঘটিব সমাবেশ।সাজু অসম পেৰালিম্পিক সন্থা। অহা ১৬ আগষ্টৰ পৰা ১৮ আগষ্টলৈ গুৱাহাটীৰ তিনিটাকৈ ভেন্যুত অনুষ্ঠিত হ’ব “ষষ্ঠ...