স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি স্পীড স্কেটিং প্ৰতিযোগিতা

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি স্পীড স্কেটিং প্ৰতিযোগিতা

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন দিছপুৰত “স্বাধীনতা দিৱস স্পীড স্কেটিং চেম্পিয়নশ্বিপ”।চপাইদাং ৰোলাৰ স্পৰ্টছ একাডেমীৰ উদ্যোগ।শতাধিক খেলুৱৈৰ অংশগ্ৰহণ । আজি দেশজুৰি উদযাপন কৰা হৈছে “৮০ সংখ্যক স্বাধীনতা দিৱস”।এই দিৱসৰ লগত সংগতি ৰাখি অসম...