গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
বিচিচিআইৰ আগন্তুক ২০২৬-২৭ৰ ঘৰুৱা ক্ৰিকেট ছিজনৰ বাবে অসম ক্ৰিকেট সন্থাই ছিনিয়ৰ পুৰুষৰ ( বগা বল ) সম্ভাব্য ৪০ গৰাকী খেলুৱৈৰ তালিকা ঘোষণা কৰিছে ।
তালিকাৰ খেলুৱৈসকল -
১) ডেনিছ আহমেদ,
২) ডেনিছ দাস,
৩) গুঞ্জনজ্যোতি ডেকা,
৪) ঋতুৰাজ বিশ্বাস,
৫) ৰাহুল সিং,
৬) সঞ্জয় কুমাৰ সিং,
৭) শিৱশংকৰ ৰায়,
৮) সুমিত কাশ্যপ,
৯) অভিনৱ চৌধুৰী,
১০) মোহিত ঠাকুৰ, ১১)ৰিছব দীপক,
১২) শুভম কুমাৰ গুপ্তা,১৩) ৰাজেশ প্ৰসাদ,
১৪) সুনীল লাচিত,
১৫) আব্দুল আজিজ কুৰাইছি,
১৬) আয়ুষ্মান মালাকাৰ, ১৭) দীপজ্যোতি শইকীয়া, ১৮) দিবাকৰ জোহৰী,
১৯) মৃণ্ময় দত্ত,
২০) মুখতাৰ হুছেইন,
২১) নিপন ডেকা,
২২) দক্ষ দাস,
২৩) বাস্তব ৰয়,
২৪) বিশাল সাহা,
২৫) জিতু আলী,
২৬) নিবিৰ ডেকা,
৭) নিহাৰ ডেকা,
২৮) প্ৰদ্যুন শইকীয়া,
২৯) সৌৰভ মৌচুম দিহিঙীয়া,
৩০) জিতুমনি কলিতা, ৩১) অম্লানজ্যোতি দাস, ৩২) ভাৰ্গব প্ৰতিম লহকৰ,
৩৩) প্ৰাঞ্জল পাল,
৩৪) আয়ুষ আগৰৱাল, ৩৫) ৰোহিত সেন,
৩৬) সুমিত ঘাদিগাঁওকাৰ, ৩৭) বিশাল ৰায়,
৩৮) চাহিল জৈন, ( ফিটনেছ পৰীক্ষাৰ পিচত ),
৩৯) সাদেক হুছেইন, (ফিটনেছ পৰীক্ষাৰ পিচত) আৰু
৪০) আকাশ সেনগুপ্ত (ফিটনেছ পৰীক্ষাৰ পিচত ) ।
বিচিচিআইৰ আগন্তুক ঘৰুৱা বগা বলৰ প্ৰতিযোগিতালৈ উপৰোক্ত খেলুৱৈৰ নাম অসমৰ দলটোৰ বাবে বিবেচনা কৰা হ’ব। পৰৱৰ্তী সময়ত প্ৰয়োজনীয় নিৰ্বাচন আৰু ফিটনেছ মূল্যায়নৰ পিছত চূড়ান্ত দলটো ঘোষণা কৰা হ’ব ।
অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।


0 Comments