১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃশনিবাৰে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ সন্মুখত মৰ্ণিংষ্টাৰ এফ চি

১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃশনিবাৰে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ সন্মুখত মৰ্ণিংষ্টাৰ এফ চি

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন বিগত দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত ৰাজকীয় অভিযান আৰম্ভ কৰাৰ পাছত শনিবাৰে গুৱাহাটীত নিজৰ দ্বিতীয় মেচখন খেলিব৷ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা...
অসম প্ৰিমিয়াৰ লীগঃৰেঞ্জাৰ্ছক বৃহৎ ব্যৱধানত হৰুৱাই ক্ৰমাগত দ্বিতীয় জয় বৰপেটা ব্ৰেভছৰ

অসম প্ৰিমিয়াৰ লীগঃৰেঞ্জাৰ্ছক বৃহৎ ব্যৱধানত হৰুৱাই ক্ৰমাগত দ্বিতীয় জয় বৰপেটা ব্ৰেভছৰ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অধিনায়ক ডেনিছ দাসৰ অনবদ্য অপৰাজিত অৰ্ধশতক তথা তিনি স্পীনাৰৰ যাদুকৰী বলিঙৰ সহায়ত বৰপেটা ব্ৰেভছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত ক্ৰমাগত দ্বিতীয় মেচত জয়লাভ কৰিছে৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত...
বিশিষ্ট ক্ৰীড়া সংগঠক আব্দুল গফ্ফাৰ উজ জামানৰ জানাজা সম্পন্ন

বিশিষ্ট ক্ৰীড়া সংগঠক আব্দুল গফ্ফাৰ উজ জামানৰ জানাজা সম্পন্ন

দীপক কুমাৰ দাসৰ প্ৰতিবেদন নলবাৰী ক্ৰীড়া সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, সভাপতি, কাৰ্যকৰী সভাপতি, অসম অলিম্পিক সন্থাৰ উপ সভাপতি, অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি, অসম এথলেটিকছ সন্থাৰ কোষাধ্যক্ষ, অসম ভলীবল সন্হাৰ কাৰ্যনিৰ্বাহক সদস্যপ্ৰাক্তন খেলুৱৈ, ক্ৰীড়া সংগঠক আব্দুল...
অসম প্ৰিমিয়াৰ লীগঃঅধিনায়ক স্বৰূপমৰ অনবদ্য ইনিংছৰে প্ৰথম জয় যোৰহাট ষ্টেলিয়নছৰ

অসম প্ৰিমিয়াৰ লীগঃঅধিনায়ক স্বৰূপমৰ অনবদ্য ইনিংছৰে প্ৰথম জয় যোৰহাট ষ্টেলিয়নছৰ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অধিনায়ক স্বৰূপম পুৰকায়স্থৰ বিস্ফোৰক অভিলেখৰ অপৰাজিত ইনিংছৰ সহায়ত যোৰহাট ষ্টেলিয়নছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত [এ পি এল-২০২৬] প্ৰথম জয় সাব্যস্ত কৰিছে৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত...
১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল,এফ চি ওৱানৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ জয় বড়োলেণ্ড এফ চি

১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল,এফ চি ওৱানৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ জয় বড়োলেণ্ড এফ চি

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসমৰ ক্লাব বড়োলেণ্ড এফ চিয়ে চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ ‘এফ’ৰ বৃহস্পতিবাৰে অনুষ্ঠিত এখন মেচত জন্মু আৰু কাশ্মীৰৰ দল এফ চি ওৱানৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ জয় অৰ্জন কৰিছে৷ গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ...