“কমনৱেলথ গেমছ-২০২৬” ত ভাৰতৰ পদকৰ সংখ্যা ১২ টালৈ বৃদ্ধি ,পদকৰ তালিকাত নৱম স্থানত ভাৰত

“কমনৱেলথ গেমছ-২০২৬” ত ভাৰতৰ পদকৰ সংখ্যা ১২ টালৈ বৃদ্ধি ,পদকৰ তালিকাত নৱম স্থানত ভাৰত

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চলিত কমনৱেলথ গেমছত ভাৰতৰ পদকৰ সংখ্যা ১২ টালৈ বৃদ্ধি পালে।মংগলবাৰে ভাৰতীয় দীৰ্ঘ দূৰত্বৰ দৌৰবিদ গুলবীৰ সিঙে জিনিলে ৰূপৰ পদক। ১০ হাজাৰ মিটাৰৰ ফাইনেলত ২৭:৪৯.৭৮ সময়েৰে এই সাফল্য অৰ্জন কৰে খেলুৱৈ গৰাকী-এ। প্ৰচণ্ড বৰষুণ আৰু বৰষুণেৰে তিতি থকা...
ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ জাৰ্ছি উন্মোচন,উদ্বোধনী অসম প্ৰীমিয়াৰ লীগৰ পূৰ্বে অধিনায়ক সাহিল জৈনৰ নাম ঘোষণা

ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ জাৰ্ছি উন্মোচন,উদ্বোধনী অসম প্ৰীমিয়াৰ লীগৰ পূৰ্বে অধিনায়ক সাহিল জৈনৰ নাম ঘোষণা

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন “অসম প্ৰীমিয়াৰ লীগ”ৰ অভিষেকৰ পূৰ্বে ডিব্ৰুগড় ৱাৰিয়ৰ্ছে দলৰ আনুষ্ঠানিক জাৰ্ছি উন্মোচনৰ লগতে সাহিল জৈনক অধিনায়ক আৰু জিতুমণি কলিতাক সহ-অধিনায়ক হিচাপে ঘোষণা কৰে ফ্ৰেঞ্চাইজিটোৱে। এই ঘোষণাৰ মাধ্যমেৰে আসন্ন বৰ্ষৰ বাবে দলৰ...
১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ,গলশূণ্য ড্ৰৰে সমাপ্ত ইম্ফল ডাৰ্বি

১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ,গলশূণ্য ড্ৰৰে সমাপ্ত ইম্ফল ডাৰ্বি

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা”ৰ মংগলবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলত অনুষ্ঠিত ট্ৰাউ এফ চি আৰু নেৰোকা এফ চিৰ মাজৰ ডাৰ্বি মেচখন গলশূণ্য ড্ৰৰে সমাপ্ত হয়৷ উভয় দলে এক পইণ্টকৈ লাভ কৰে৷ স্থানীয় খুমান...
কিম উন য়ং কাপ টাইকোৱানডোৰেফাৰীৰ দায়িত্বত অসমৰ দুগৰাকী ৰেফাৰী

কিম উন য়ং কাপ টাইকোৱানডোৰেফাৰীৰ দায়িত্বত অসমৰ দুগৰাকী ৰেফাৰী

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ক্ষিণ কোৰিয়াৰ ছিউলত ২৫-২৮ জুলাইত অনুষ্ঠিত সপ্তম কিম উন য়ং কাপ আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপত অসমৰ দুগৰাকী ৰেফাৰীয়ে খেল পৰিচালনাৰ গুৰু দায়িত্ব পালন কৰে। আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীদ্বয় হ’ল – আলি আহমেদ জাফ্ৰী আৰু...
লাভলীনা বৰগোহাঁইৰ আৱেগিক বাৰ্তা

লাভলীনা বৰগোহাঁইৰ আৱেগিক বাৰ্তা

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গ্লাছগোৰ পৰা ভাৰতৰ তাৰকা বক্সাৰ তথা অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ৰাজ্যত শেহতীয়াকৈ সৃষ্টি হোৱা ভয়াবহ বান পৰিস্থিতিক লৈ তীব্ৰ শোক প্ৰকাশ কৰি এটা আৱেগিক ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰিছে। লাভলীনাই কয় যে বানপানীৰ বেদনাদায়ক ভিডিঅ’বোৰৰ বাবে...