১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃসোমবাৰে গুৱাহাটীত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে জন্মু-কাশ্মীৰৰ এফ চি ওৱান

১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃসোমবাৰে গুৱাহাটীত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে জন্মু-কাশ্মীৰৰ এফ চি ওৱান

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা”ৰ সোমবাৰে গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা গ্ৰুপ ‘এফ’ৰ দ্বিতীয় খন...
১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল,আজাৰাইৰ হেট্ৰিক ,নৰ্থ ইষ্ট ইউনাইটেডৰ চমকপ্ৰদ জয়

১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল,আজাৰাইৰ হেট্ৰিক ,নৰ্থ ইষ্ট ইউনাইটেডৰ চমকপ্ৰদ জয়

গ’গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন ট্ৰফী জয়ৰ গৌৰৱময় হেট্ৰিক অৰ্জনৰ লক্ষ্যৰে নতুন ছিজন আৰম্ভ কৰা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল”ত প্ৰত্যাশিতভাবে জয়ৰে নিজৰ অভিযান আৰম্ভ কৰিছে৷ শনিবাৰে গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ...
শনিবাৰৰ পৰা গুৱাহাটীত “ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল”,উদ্বোধনী মেচত দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড-বড়োলেণ্ড এফ চি

শনিবাৰৰ পৰা গুৱাহাটীত “ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল”,উদ্বোধনী মেচত দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড-বড়োলেণ্ড এফ চি

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত শনিবাৰৰ পৰা চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল”ৰ গ্ৰুপ ‘এফ’ৰ মেচ অনুষ্ঠিত হ’ব৷ আবেলি ৫ বজাত হ’বলগা প্ৰথমখন খেলত প্ৰতিযোগিতাৰ...
ডুৰাণ্ড কাপৰ অভিষেক মেচত মণিপুৰৰ দল এফ চি ৰেংদাইৰ জয়,শুক্ৰবাৰৰ পৰা শ্বিলঙত ডুৰাণ্ড কাপৰ মেচ

ডুৰাণ্ড কাপৰ অভিষেক মেচত মণিপুৰৰ দল এফ চি ৰেংদাইৰ জয়,শুক্ৰবাৰৰ পৰা শ্বিলঙত ডুৰাণ্ড কাপৰ মেচ

গ’গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন মণিপুৰৰ এফ চি ৰেংদাই দলে ইতিহাস গঢ়ি চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল”ৰ অভিষেক মেচতে জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ বৃহস্পতিবাৰে ইম্ফলত অনুষ্ঠিত গ্ৰুপ ‘ডি’ৰ মেচত দলে একমাত্ৰ গলত পৰাস্ত কৰে ভাৰতীয় নৌ সেনাৰ ফুটবল...
১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপঃবৃহস্পতিবাৰে মণিপুৰত ভাৰতীয় নৌ সেনাৰ অভিযান

১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপঃবৃহস্পতিবাৰে মণিপুৰত ভাৰতীয় নৌ সেনাৰ অভিযান

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ভাৰতীয় নৌ সেনাৰ ফুটবল দলে চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ”ত বৃহস্পতিবাৰে অভিযান আৰম্ভ কৰিব৷ মণিপুৰৰ ৰাজধানী ইম্ফলত হ’বলগা গ্ৰুপ ‘ডি’ৰ দ্বিতীয়খন লীগ মেচত বৃহস্পতিবাৰে নৌ সেনাৰ দলটোৱে মণিপুৰৰে এফ চি ৰেংদাই দলৰ...