by Gogo Sports NE | Aug 2, 2026 | Cricket
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন বৰাক লিজেণ্ডছ দলে ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত [এ পি এল-২০২৬] জয়ৰে অভিযান আৰম্ভ কৰিছে৷ দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত দলে ভি জে ডি পদ্ধতিৰে এক ৰাণত নগাঁও...
by Gogo Sports NE | Aug 1, 2026 | Cricket
গ’গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ [এ পি এল-২০২৬] শনিবাৰৰ পৰা গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত আৰম্ভ হৈছে৷ প্ৰথমবাৰৰ বাবে আয়োজিত এ পি এলৰ...
by Gogo Sports NE | Jul 31, 2026 | Cricket
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা ‘ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ [এ পি এল-২০২৬] শনিবাৰৰ পৰা গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত আৰম্ভ হ’ব৷ প্ৰথম এ পি এলৰ উদ্বোধনীৰ দিনাই দুখনকৈ...
by Gogo Sports NE | Jul 30, 2026 | Cricket
“এ পি এল”ৰ অভিষেকৰ পূৰ্বে তিনিটা ফ্ৰেঞ্চাইজি দলৰ জাৰ্ছী উন্মোচন ১ আগষ্টৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ “অসম প্ৰিমিয়াৰ লীগ”।সাজু ৮ টাকৈ ফ্ৰেঞ্চাইজী দল।”ডিব্ৰুগড় ৱাৰিয়ৰ্ছ”ৰ জাৰ্ছি উন্মোচন।ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ অধিনায়ক সাহিল জৈন।”চৰাইদেউ...
by Gogo Sports NE | Jul 29, 2026 | Cricket
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম ক্ৰিকেট সন্থাই জনাইছে যে ২০২৬–২৭ ক্ৰিকেট ছিজনৰ বাবে দুলীপ ট্ৰফীৰ পূব মাণ্ডলিক দলত অসমৰ বেটছমেন ডেনিছ দাস নিৰ্বাচিত হৈছে । অহা ২৩ আগষ্টৰ পৰা ১০ ছেপ্টেম্বৰলৈ বেংগালুৰুস্থিত বি চি চি আই চেণ্টাৰ অৱ এক্সেলেন্সত উক্ত প্ৰতিযোগিতা...