১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল,এফ চি ওৱানৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ জয় বড়োলেণ্ড এফ চি

১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল,এফ চি ওৱানৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ জয় বড়োলেণ্ড এফ চি

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসমৰ ক্লাব বড়োলেণ্ড এফ চিয়ে চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ ‘এফ’ৰ বৃহস্পতিবাৰে অনুষ্ঠিত এখন মেচত জন্মু আৰু কাশ্মীৰৰ দল এফ চি ওৱানৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ জয় অৰ্জন কৰিছে৷ গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ...
১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃজামছেদপুৰৰ বিৰুদ্ধে এফ চি দিল্লীৰ জয়

১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃজামছেদপুৰৰ বিৰুদ্ধে এফ চি দিল্লীৰ জয়

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা”ৰ মংগলবাৰে ৰাঁচিত হোৱা দিনটোৰ প্ৰথমখন মেচত অঘটন সৃষ্টি কৰি আই এছ এলৰ দল জামছেদপুৰ এফ চিৰ বিৰুদ্ধে এছ চি দিল্লী দলে ২-১ গলত জয়লাভ কৰিছে৷ ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত...
বানাক্ৰান্তৰ কাষত “সদৌ অসম ফুটবল খেলপৰিচালক কল্যাণ সন্থা”

বানাক্ৰান্তৰ কাষত “সদৌ অসম ফুটবল খেলপৰিচালক কল্যাণ সন্থা”

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন কেৱল ক্ৰীড়াতে সীমাবদ্ধ নহয় “সদৌ অসম ফুটবল খেল পৰিচালক কল্যাণ সন্থা”ৰ কাম-কাজ । সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দায়বদ্ধতাৰে ৰাজ্যৰ বানাক্ৰান্তৰ কাষত থিয় দিছে “সদৌ অসম ফুটবল খেল পৰিচালক কল্যাণ সন্থা”।...
১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ,গলশূণ্য ড্ৰৰে সমাপ্ত ইম্ফল ডাৰ্বি

১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ,গলশূণ্য ড্ৰৰে সমাপ্ত ইম্ফল ডাৰ্বি

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা”ৰ মংগলবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলত অনুষ্ঠিত ট্ৰাউ এফ চি আৰু নেৰোকা এফ চিৰ মাজৰ ডাৰ্বি মেচখন গলশূণ্য ড্ৰৰে সমাপ্ত হয়৷ উভয় দলে এক পইণ্টকৈ লাভ কৰে৷ স্থানীয় খুমান...
পূৰ্ণগতিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল”,ৰাইনিৰৰ হেট্ৰিক, জামছেদপুৰ এফ চিৰ জয়লাভ

পূৰ্ণগতিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল”,ৰাইনিৰৰ হেট্ৰিক, জামছেদপুৰ এফ চিৰ জয়লাভ

গ’গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন ৰাইনিৰ ফাৰ্ণাণ্ডেজৰ হেট্ৰিকৰে আই এছ এলৰ দল জামছেদপুৰ এফ চিয়ে চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলত প্ৰত্যাশিত জয়ৰে অভিযান আৰম্ভ কৰিছে৷ ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাৰ দেওবাৰে বিৰ্ছামুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত...