অসম প্ৰিমিয়াৰ লীগঃতেজপুৰ টাইটানছক হৰুৱাই ক্ৰমাগত দ্বিতীয় জয়ৰে শীৰ্ষত চৰাইদেউ ছানৰাইজাৰ্ছ

অসম প্ৰিমিয়াৰ লীগঃতেজপুৰ টাইটানছক হৰুৱাই ক্ৰমাগত দ্বিতীয় জয়ৰে শীৰ্ষত চৰাইদেউ ছানৰাইজাৰ্ছ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চৰাইদেউ ছানৰাইজাৰ্ছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত [এ পি এল-২০২৬] ক্ৰমাগত দ্বিতীয় জয়ৰে পইণ্ট তালিকাৰ শীৰ্ষত উপনিত হৈছে৷ সোমবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত...
“কমনৱেলথ গেমছ”ত অসমকন্যা লাভলীনাৰ ৰূপজয়,অসমৰ বানত প্ৰাণ হেৰুৱা সকলৰ প্ৰতি ৰূপৰ পদক উৎসৰ্গা লাভলীনা বৰগোঁহাইৰ

“কমনৱেলথ গেমছ”ত অসমকন্যা লাভলীনাৰ ৰূপজয়,অসমৰ বানত প্ৰাণ হেৰুৱা সকলৰ প্ৰতি ৰূপৰ পদক উৎসৰ্গা লাভলীনা বৰগোঁহাইৰ

গ’গ স্পৰ্টছ এন ই চলিত “কমনৱেলথ গেমছ”ত ৰূপৰ পদক অৰ্জন কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমকন্যা লাভলীনা বৰগোঁহাই-এ । শনিবাৰে নিশা মহিলাৰ ৭৫ কেজি শাখাত ফাইনেলৰ অৱৰ্তীণ হয় ৰিঙৰ ৰাণী লাভলীনা বৰগোঁহাই। তাৰকা বক্সাৰ গৰাকী-এ সোণৰ পদক লাভ কৰিব বুলি আশা...
১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল আৰম্ভ,গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠানত অসমৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে ভাৰতীয় সেনাৰ দুঃসাহসিক ক্ৰীড়াশৈলী প্ৰদৰ্শন

১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল আৰম্ভ,গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠানত অসমৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে ভাৰতীয় সেনাৰ দুঃসাহসিক ক্ৰীড়াশৈলী প্ৰদৰ্শন

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসমৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰি তথা ভাৰতীয় সেনাৰ পৰম্পৰাগত দুঃসাহসিক ক্ৰীড়াশৈলীৰ শিহৰণকাৰী প্ৰদৰ্শনৰ যুগলবন্দীৰে গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত শনিবাৰে চলিত “১৩৫ সংখ্যক...
শনিবাৰৰ পৰা গুৱাহাটীত “ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল”,উদ্বোধনী মেচত দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড-বড়োলেণ্ড এফ চি

শনিবাৰৰ পৰা গুৱাহাটীত “ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল”,উদ্বোধনী মেচত দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড-বড়োলেণ্ড এফ চি

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত শনিবাৰৰ পৰা চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল”ৰ গ্ৰুপ ‘এফ’ৰ মেচ অনুষ্ঠিত হ’ব৷ আবেলি ৫ বজাত হ’বলগা প্ৰথমখন খেলত প্ৰতিযোগিতাৰ...
“নৃপেন্দ্ৰ নাৰায়ণ সিংহ আন্তঃজিলা ছোৱালী ফুটবল”ৰ সামৰণি ,তৃতীয়বাৰলৈ খিতাপ জয় বিগত বৰ্ষৰ সুব্ৰত কাপ জয়ী বেতকুছি হাইস্কুলৰ

“নৃপেন্দ্ৰ নাৰায়ণ সিংহ আন্তঃজিলা ছোৱালী ফুটবল”ৰ সামৰণি ,তৃতীয়বাৰলৈ খিতাপ জয় বিগত বৰ্ষৰ সুব্ৰত কাপ জয়ী বেতকুছি হাইস্কুলৰ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ ছায়াশ্ৰী চাংমাৰ দুটা গ’লৰ সহায়ত কামৰূপ মেট্ৰ’ জিলাৰ বেতকুছি হাইস্কুল দলে ক্ৰমাগত তৃতীয়বাৰৰ বাবে “নৃপেন্দ্ৰ নাৰায়ন সিংহ সোঁৱৰণী ৰাজ্যিক আন্তঃজিলা ছোৱালীৰ স্কুল ফুটবল টুৰ্ণামেণ্ট”ৰ...