by Gogo Sports NE | Aug 8, 2026 | Athletics
দীপক কুমাৰ দাসৰ প্ৰতিবেদন নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত শুক্ৰবাৰে বিয়লি চাৰি বজাত সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈ যায় পঞ্চম সংখ্যক “নেচনেল জেভলিন দিৱস”। উক্ত দিৱসৰ লগত সংগতি ৰাখি জেভলিন থ্ৰো প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। চিনিয়ৰ ল’ৰাৰ শাখাত প্ৰথম...
by Gogo Sports NE | Aug 7, 2026 | Football
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন বিগত দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত ৰাজকীয় অভিযান আৰম্ভ কৰাৰ পাছত শনিবাৰে গুৱাহাটীত নিজৰ দ্বিতীয় মেচখন খেলিব৷ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা...
by Gogo Sports NE | Aug 7, 2026 | Cricket
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অধিনায়ক ডেনিছ দাসৰ অনবদ্য অপৰাজিত অৰ্ধশতক তথা তিনি স্পীনাৰৰ যাদুকৰী বলিঙৰ সহায়ত বৰপেটা ব্ৰেভছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত ক্ৰমাগত দ্বিতীয় মেচত জয়লাভ কৰিছে৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত...
by Gogo Sports NE | Aug 6, 2026 | Boxing
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন “কমনৱেলথ গেমছ”ত ৰূপ জিনি গুৱাহাটীত উপস্থিত লাভলীনা বৰগোঁহাই ।গুৱাহাটী ছাই কেন্দ্ৰত ৰিঙৰ ৰাণী লাভলীনাক উষ্ম আদৰণি।ঢোলে-দগৰে আদৰণি “কমনৱেলথ গেমছ”ৰ ৰূপজয়ীক।কেক কাটি বিজয় উদযাপন ছাই কতৃপক্ষৰ। সদ্যসমাপ্ত...
by Gogo Sports NE | Aug 5, 2026 | Cricket
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি তথা গভৰ্নিং বডীৰ সদস্য আব্দুল গফৰ উজ জামানৰ মৃত্যুত অসম ক্ৰিকেট সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে । নলবাৰীস্থিত নিজা বাসগৃহত আজি ৭৪ বছৰ বয়সত তেখেতৰ পৰলোকপ্ৰাপ্তি ঘটে ।জামানে অসম ক্ৰিকেট সন্থালৈ অতি...