আজি গুৱাহাটীত আই এছ এলৰ মেচ, নৰ্থ ইষ্ট ইউনাইটেড বনাম এফ চি গোৱা

আজি গুৱাহাটীত আই এছ এলৰ মেচ, নৰ্থ ইষ্ট ইউনাইটেড বনাম এফ চি গোৱা

গুৱাহাটীত চলিত “আই এছ এল” চিজনৰ হাইভল্টেজ মেচ। নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ সন্মুখত এফ চি গোৱা ।চিজনৰ নিজা ষষ্ঠখন মেচত জয়ৰ লক্ষ্য বেনালী বাহিনীৰ। শনিবাৰে গুৱাহাটীস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব...