১১ অক্টোবৰত গুৱাহাটীৰ ৰাজপথত সাংবাদিকৰ দৌৰ,বিশ্ব মানসিক স্বাস্থ্য দিৱসত প্ৰেছ ক্লাৱৰ বিশেষ পদক্ষেপ

১১ অক্টোবৰত গুৱাহাটীৰ ৰাজপথত সাংবাদিকৰ দৌৰ,বিশ্ব মানসিক স্বাস্থ্য দিৱসত প্ৰেছ ক্লাৱৰ বিশেষ পদক্ষেপ

গুৱাহাটীঃ৪ অক্টোবৰ: গুৱাহাটীৰ ৰাজপথত দৌৰিবলৈ সাজু হৈছে প্ৰিন্ট, ইলেকট্ৰ’নিক আৰু ডিজিটেল মাধ্যমৰ সাংবাদিক আৰু মিডিয়া পেছাদাৰী সকলে। অহা ১১ অক্টোবৰ, দেওবাৰে পুৱা সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত ৫ কিঃমিঃ দৈৰ্ঘ্যৰ ‘গ্ৰেট জিপিচি ৰান...