২০২৬-২৭ আই এছ এলৰ চিজন আৰম্ভ, গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড বনাম মোহন বাগান

২০২৬-২৭ আই এছ এলৰ চিজন আৰম্ভ, গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড বনাম মোহন বাগান

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ফুটবল অনুৰাগীৰ বহু প্ৰতিক্ষাৰ পৰিল অন্ত । সোমবাৰৰ পৰা গুৱাহাটীত আই এছ এলৰ মেচ । মোহনবাগানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব নৰ্থ ইষ্ট ইউনাইটেড এফ চি-এ। অসম তথা উত্তৰ-পূবাঞ্চলৰ ফুটবল অনুৰাগীৰ বহু প্ৰতিক্ষাৰ অন্ত পেলাই সোমবাৰৰ পৰা...