by Gogo Sports NE | Aug 13, 2026 | Cricket
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অধিনায়ক ডেনিছ দাসৰ অনবদ্য অৰ্ধশতকৰ সহায়ত বৰপেটা ব্ৰেভছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ এখন চাপৰ মেচত গুৱাহাটী ৰয়েলছক চাৰি উইকেটত পৰাস্ত কৰি আঠ পইণ্টৰে তালিকাৰ তৃতীয় স্থানলৈ উত্তৰণ কৰিছে৷ বৰ্ষাপাৰাৰ এ চি...
by Gogo Sports NE | Aug 13, 2026 | Tennis
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসমৰ নিব্ৰাছ হুছেইনে গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত চলি থকা অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ ল’ৰাৰ ১৪ আৰু ১৬ বছৰ অনুৰ্ধৰ একক শাখাৰ ফাইনেলত প্ৰবেশ কৰাৰ লগতে ১৬ অনুৰ্ধৰ ডাবলছৰ খিতাপৰ যুঁজলৈও অগ্ৰসৰ হৈছে৷ শুক্ৰবাৰে ত্ৰিমুকুটৰ...
by Gogo Sports NE | Aug 13, 2026 | Football
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ভাৰতীয় দলৰ প্ৰাক্তন সদস্য তথা অসম সন্তান হলিচৰণ নাৰ্জাৰীৰ চাৰিটা গলেৰে বড়োলেণ্ড এফ চিয়ে চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে হোৱা এখন মেচত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিক ৬-০ গলৰ ব্যৱধানত...
by Gogo Sports NE | Aug 12, 2026 | Jiu-Jitsu
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন “অসম অপেন ৰেংকিং জু-জিৎসু চেম্পিয়নশ্বিপ-২০২৬”।প্ৰায় ৩৪০ গৰাকী জু-জিৎসু খেলুৱৈৰ অংশগ্ৰহণ। শোণিতপুৰ জিলালৈ শ্ৰেষ্ঠ দলৰ সন্মান। কামৰূপ মেট্ৰ-এ অৰ্জন কৰে ৰাৰ্ণাছ আপৰ সন্মান। যোৱা ৯ আগষ্টত জু-জিৎসু এছচিয়েচন অৱ আছামৰ উদ্যোগত তথা...
by Gogo Sports NE | Aug 12, 2026 | Cricket
গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন প্ৰথম ৫ খন মেচৰ ধাৰাবাহিক ব্যৰ্থতাৰ পাছত তেজপুৰ টাইটানছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত প্ৰথম জয়ৰ সফলতা লাভ কৰিছে৷ বুধবাৰে নিশা অনুষ্ঠিত লীগৰ ২৪ নম্বৰ মেচখনত দলে সাত উইকেটত পৰাস্ত কৰে বৰাক...