“৪২ সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতা”ত অসমৰ কস্তুৰীৰ গগৈৰ ৩ টা স্বৰ্ণ

“৪২ সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতা”ত অসমৰ কস্তুৰীৰ গগৈৰ ৩ টা স্বৰ্ণ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন যোৱা ৬ -৯ আগষ্টলৈ ৰাজস্থান জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়াম চুইমিং পুলত অনুষ্ঠিত হয় “৪২ সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতা” । অসমক প্ৰতিনিধিত্ব কৰি দুৰ্দান্ত প্ৰদৰ্শনেৰে কস্তুৰী গগৈ-এ আজুৰি আনে তিনিটাকৈ স্বৰ্ণ...
অসমকন্যা অস্মিতা চলিহাৰ শিৰত “কোৰিয়া মাষ্টাৰ্ছ-২০২৬ “ৰ খিতাপ

অসমকন্যা অস্মিতা চলিহাৰ শিৰত “কোৰিয়া মাষ্টাৰ্ছ-২০২৬ “ৰ খিতাপ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন কোৰিয়াৰ মাটিত অসমকন্যা অস্মিতা চলিহাই ৰচিলে গৌৰৱময় ইতিহাস । “কোৰিয়া মাষ্টাৰ্ছ ২০২৬” ৰ মহিলাৰ একক শাখাত খিতাপ দখল কৰি দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে অসমকন্যা অস্মিতাই।ফাইনেলৰ ৰোমাঞ্চকৰ মেচত চীনৰ খেলুৱৈ হান কিয়ান্সিক...
১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃএফ চি ৰেংদাই দলৰ গ্ৰুপ ‘ডি’ৰ পৰা কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা

১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃএফ চি ৰেংদাই দলৰ গ্ৰুপ ‘ডি’ৰ পৰা কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন মোহন বাগান ছুপাৰ জায়েণ্টৰ পাছতে দ্বিতীয়টো দল হিচাপে এফ চি ৰেংদায়ে চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা”ৰ কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে৷ মণিপুৰত অনুষ্ঠিত গ্ৰুপ ‘ডি’ৰ পৰা শীৰ্ষ দল হিচাপে...
অসম প্ৰিমিয়াৰ লীগঃঅন্তিম বলৰ ছিক্সাৰৰে বৰপেটা ব্ৰেভছৰ বিৰুদ্ধে বৰাক লিজেণ্ডছৰ ৰোমাঞ্চকৰ জয়

অসম প্ৰিমিয়াৰ লীগঃঅন্তিম বলৰ ছিক্সাৰৰে বৰপেটা ব্ৰেভছৰ বিৰুদ্ধে বৰাক লিজেণ্ডছৰ ৰোমাঞ্চকৰ জয়

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ দেওবাৰে অনুষ্ঠিত এখন ৰোমাঞ্চকৰ মেচত বৰাক লিজেণ্ডছে তিনি উইকেটত পৰাস্ত কৰে বৰপেটা ব্ৰেভছক৷ ১৩০ ৰাণৰ বিজয়লক্ষ্যৰে বেটিং কৰা লিজেণ্ডছক অন্তিমটো বলত জয়ৰ বাবে পাঁচ ৰাণ প্ৰয়োজন...
১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল,নৰ্থ ইষ্ট ইউনাইটেডৰ এফ চিৰ ক্ৰমাগত দ্বিতীয় জয়

১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল,নৰ্থ ইষ্ট ইউনাইটেডৰ এফ চিৰ ক্ৰমাগত দ্বিতীয় জয়

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন বিগত দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা”ত ক্ৰমাগত দ্বিতীয় মেচত জয়ৰে গ্ৰুপত নিজৰ শীৰ্ষস্থান অক্ষুন্ন ৰাখিছে৷ ৰাজকীয় জয়ৰে অভিযান আৰম্ভ কৰা দলে শনিবাৰে...