বানাক্ৰান্তৰ কাষত “সদৌ অসম ফুটবল খেলপৰিচালক কল্যাণ সন্থা”

বানাক্ৰান্তৰ কাষত “সদৌ অসম ফুটবল খেলপৰিচালক কল্যাণ সন্থা”

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন কেৱল ক্ৰীড়াতে সীমাবদ্ধ নহয় “সদৌ অসম ফুটবল খেল পৰিচালক কল্যাণ সন্থা”ৰ কাম-কাজ । সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দায়বদ্ধতাৰে ৰাজ্যৰ বানাক্ৰান্তৰ কাষত থিয় দিছে “সদৌ অসম ফুটবল খেল পৰিচালক কল্যাণ সন্থা”।...
বিটিআৰত ৰাষ্ট্ৰীয় খেল হকীৰ প্ৰচাৰ-প্ৰসাৰত আগ্ৰহী বিধায়িকা সেউলী মহিলাৰী

বিটিআৰত ৰাষ্ট্ৰীয় খেল হকীৰ প্ৰচাৰ-প্ৰসাৰত আগ্ৰহী বিধায়িকা সেউলী মহিলাৰী

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন কোৰৰাঝাৰত “অস্মিতা হকী চিটি লীগ”।”নামনি অসম মণ্ডল”ৰ মহিলা হকী দলৰ অংশগ্ৰহণ।বি.টি.আৰ. অঞ্চলত “ৰাষ্ট্ৰীয় খেল” হকীৰ প্ৰচাৰ-প্ৰসাৰ চলাব অসম হকী-এ।কোকৰাঝাৰৰ বিধায়িকা সেউলী মহিলাৰী-এ দিলে সেউজ সংকেত।...
১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃসোমবাৰে গুৱাহাটীত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে জন্মু-কাশ্মীৰৰ এফ চি ওৱান

১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃসোমবাৰে গুৱাহাটীত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে জন্মু-কাশ্মীৰৰ এফ চি ওৱান

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা”ৰ সোমবাৰে গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা গ্ৰুপ ‘এফ’ৰ দ্বিতীয় খন...
“কমনৱেলথ গেমছ”ত অসমকন্যা লাভলীনাৰ ৰূপজয়,অসমৰ বানত প্ৰাণ হেৰুৱা সকলৰ প্ৰতি ৰূপৰ পদক উৎসৰ্গা লাভলীনা বৰগোঁহাইৰ

“কমনৱেলথ গেমছ”ত অসমকন্যা লাভলীনাৰ ৰূপজয়,অসমৰ বানত প্ৰাণ হেৰুৱা সকলৰ প্ৰতি ৰূপৰ পদক উৎসৰ্গা লাভলীনা বৰগোঁহাইৰ

গ’গ স্পৰ্টছ এন ই চলিত “কমনৱেলথ গেমছ”ত ৰূপৰ পদক অৰ্জন কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমকন্যা লাভলীনা বৰগোঁহাই-এ । শনিবাৰে নিশা মহিলাৰ ৭৫ কেজি শাখাত ফাইনেলৰ অৱৰ্তীণ হয় ৰিঙৰ ৰাণী লাভলীনা বৰগোঁহাই। তাৰকা বক্সাৰ গৰাকী-এ সোণৰ পদক লাভ কৰিব বুলি আশা...
অসম প্ৰিমিয়াৰ লীগ আৰম্ভ,উদ্বোধনী মেচত বৰপেটা ব্ৰেভছৰ বিৰুদ্ধে চৰাইদেউ ছানৰাইজাৰ্ছৰ ৰোমাঞ্চকৰ ৪ উইকেটত জয়লাভ

অসম প্ৰিমিয়াৰ লীগ আৰম্ভ,উদ্বোধনী মেচত বৰপেটা ব্ৰেভছৰ বিৰুদ্ধে চৰাইদেউ ছানৰাইজাৰ্ছৰ ৰোমাঞ্চকৰ ৪ উইকেটত জয়লাভ

গ’গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ [এ পি এল-২০২৬] শনিবাৰৰ পৰা গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত আৰম্ভ হৈছে৷ প্ৰথমবাৰৰ বাবে আয়োজিত এ পি এলৰ...