ঘৰুৱা খেলপথাৰত জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ লক্ষ্য নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ

ঘৰুৱা খেলপথাৰত জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ লক্ষ্য নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন দেওবাৰে গুৱাহাটীত “আই এছ এল”ৰ ৰোমাঞ্চকৰ মেচ। সমুখ সমৰত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু কেৰালা ব্লাষ্টাৰ্ছ । ঘৰুৱা খেলপথাৰত জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰক্ষাৰ লক্ষ্য । দেওবাৰে গুৱাহাটীস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া...