by Gogo Sports NE | Oct 23, 2026 | Breaking, Cricket
গুৱাহাটী,২৩ অক্টোবৰঃঅসম ক্ৰিকেট সন্থাই এই কথা আনন্দেৰে জনাব খোজে যে বি চি চি আইৰ ক্ৰিকেট উপদেষ্টা সমিতিৰ অনুমোদন মৰ্মে অসমৰ বৰপেটাৰ অসমৰ প্ৰাক্তন বেগী বলাৰ কৃষ্ণ দাসক ৰাষ্ট্ৰীয় জুনিয়ৰ ক্ৰিকেট কমিটিৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে । দাসৰ ঘৰুৱা কেৰিয়াৰ আছিল...