“অষ্টম আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা-২০২৬”তঅংকিত দাসৰ খিতাপ দখল

“অষ্টম আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা-২০২৬”তঅংকিত দাসৰ খিতাপ দখল

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন পশ্চিমবংগৰ অংকিত দাসে ৯ খন খেলৰ পৰা ৮ পইণ্ট সংগ্ৰহ কৰি “অষ্টম আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা-২০২৬”-ৰ খিতাপ দখল কৰে। অন্তিম তথা নৱম ৰাউণ্ডত তেওঁ মহাৰাষ্ট্ৰৰ ৱাংখাড়ে সংস্কৃতিক পৰাস্ত কৰে। চেম্পিয়ন হিচাপে...
মান্দাকাটাত “১৩ সংখ্যক সদৌ অসম টাং চু ডু চেম্পিয়নশ্বিপ”

মান্দাকাটাত “১৩ সংখ্যক সদৌ অসম টাং চু ডু চেম্পিয়নশ্বিপ”

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন মান্দাকাটাত “১৩ সংখ্যক সদৌ অসম টাং চু ডু চেম্পিয়নশ্বিপ”।১০ খন জিলাৰ অংশগ্ৰহণ।ক্ৰীড়াঙ্গনত ২০০ গৰাকী খেলুৱৈৰ সমাবেশ। শনিবাৰৰ পৰা দুদিনীয়াকৈ মান্দাকাটা এইছ. এছ. স্কুলৰ প্ৰাংগনত অনুষ্ঠিত হয় “১৩ সংখ্যক সদৌ অসম টাং চু ডু...
SCKFI -আছামৰ উদ্যোগত গুৱাহাটীত “কাৰাটে প্ৰশিক্ষণ আৰু ব্লেক বেল্ট গ্ৰেডিং”

SCKFI -আছামৰ উদ্যোগত গুৱাহাটীত “কাৰাটে প্ৰশিক্ষণ আৰু ব্লেক বেল্ট গ্ৰেডিং”

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন SCKFI -আছামৰ উদ্যোগত গুৱাহাটীত “কাৰাটে প্ৰশিক্ষণ আৰু ব্লেক বেল্ট গ্ৰেডিং” ।ইণ্ডোৰৰ চিহান মহেশ কুশৱাহাৰ প্ৰশিক্ষণ প্ৰদান।৯০ গৰাকী কাৰাটেকাৰ অংশগ্ৰহণ।চিহান মহেশ কুশৱাহাৰ হাতেৰ খেলুৱৈক “ব্লেক বেল্ট” প্ৰমাণপত্র...
“ষষ্ঠ ছাব-জুনিয়ৰ আৰু নৱম আন্তঃজিলা মিনি ৰোলবল চেম্পিয়নশ্বিপ”ত কামৰূপ দলৰ দ্বি-মুকুট অৰ্জন

“ষষ্ঠ ছাব-জুনিয়ৰ আৰু নৱম আন্তঃজিলা মিনি ৰোলবল চেম্পিয়নশ্বিপ”ত কামৰূপ দলৰ দ্বি-মুকুট অৰ্জন

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন যোৱা ১০-১২ জুলাইলৈ গুৱাহাটী ৰোলবল সন্থাৰ উদ্যোগত তিনিদিনিয়াকৈ অনুষ্ঠিত হয় “ষষ্ঠ ছাব-জুনিয়ৰ আৰু নৱম আন্তঃজিলা মিনি ৰোলবল চেম্পিয়নশ্বিপ”।এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে মৰাণ, ডিব্ৰুগড়, তিনিচুকীয়া ডুমডুমা, নগাঁও, মৰিগাঁও,...
ড০ বিষ্ণুৰাম নুনিছালৈ “ক্ৰীড়াবন্ধু বঁটা”

ড০ বিষ্ণুৰাম নুনিছালৈ “ক্ৰীড়াবন্ধু বঁটা”

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ৬০ বছৰত ভৰি দিলে ৰাজ্যৰ বিশিষ্ট ক্ৰীড়া সংগঠক ড০ বিষ্ণুৰাম নুনিছাই । ১৯৬৭ চনৰ ১৪ জুলাইত জন্মগ্ৰহণ কৰা ড০ নুনিছাক মংগলবাৰে জন্মদিনৰ ওলগ জনোৱাৰ লগতে অসমৰ এক আগশাৰীৰ বে-চৰকাৰী সংস্থা হিউমেন পাৱাৰ ফাউণ্ডেচনে প্ৰদান কৰিলে “ক্ৰীড়াবন্ধু...