by Gogo Sports NE | Jul 23, 2026 | Cricket
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম ক্ৰিকেট সন্থাই আয়োজন কৰিব লগা উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ[এ পি এল] ৰ পূৰ্বে ভাৰতীয় দলৰ সদস্য অসম সন্তান ৰিয়ান পৰাগে ৰাজ্যৰ ক্ৰিকেটাৰসকললৈ গুৰুত্বপূৰ্ণ শুভেচ্চাবাণী প্ৰেৰণ কৰিছে৷ সামাজিক মাধ্যমত দিয়া এক ভিডিঅ’ বাৰ্তাযোগে আই পি...
by Gogo Sports NE | Jul 23, 2026 | Hockey
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন “১৬ সংখ্যক সদৌ অসম জুনিয়ৰ পুৰুষ আন্তঃজিলা হকী চেম্পিয়নশ্বিপ”ৰ সফল সামৰণি।ফাইনেলত কলিয়াবৰক পৰাস্ত কৰি চেম্পিয়ন নগাঁও ।বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা । যোৱা ১২ জুলাইৰ পৰা মিছা হাইস্কুল...
by Gogo Sports NE | Jul 23, 2026 | Jiu-Jitsu
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম জু-জিৎসু সন্থাই গৌৰৱৰ সৈতে জনাইছে যে যোৱা ১৪ জুলাইৰ পৰা ২০ জুলাইলৈ কাজাখস্তানৰ আলমাটিত অনুষ্ঠিত হোৱা “দশম এছিয়ান জু-জিৎসু চেম্পিয়নশ্বিপ আৰু তৃতীয় যুৱ এছিয়ান জু-জিৎসু চেম্পিয়নশ্বিপ ২০২৬” ত অসমৰ খেলুৱৈসকলে উজ্জ্বল...
by Gogo Sports NE | Jul 23, 2026 | Tennis
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসমৰ ভাৰ্গৱ শইকীয়াই ইতিহাস গঢ়ি কোৱালিফায়াৰ খেলুৱৈৰূপে ৰাষ্ট্ৰীয় ছুপাৰ ছিৰিজ টেনিছৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে৷ গুৱাহাটীৰ চচলত অনুষ্ঠিত অইল আইটা জুনিয়ৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত ভাৰ্গৱে ল’ৰাৰ ১২ বছৰ অনুৰ্ধৰ শাখাত দ্বিমুকুটসহ...
by Gogo Sports NE | Jul 23, 2026 | Badminton
গ’গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন অহা ১৭-২৩ আগষ্টলৈ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা ৩০ সংখ্যক বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৬ ৰ শুভংকৰ আৰু থীম ছং আজি মুকলি কৰা হয়৷ ভাৰতীয় বেডমিণ্টন সন্থা [বাই]ৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্ৰী...