“এছিয়ান এজ গ্ৰুপ একুৱেটিকছ চেম্পিয়নশ্বিপ”ত অসমৰ ৰূপম গগৈৰ স্বৰ্ণজয়

“এছিয়ান এজ গ্ৰুপ একুৱেটিকছ চেম্পিয়নশ্বিপ”ত অসমৰ ৰূপম গগৈৰ স্বৰ্ণজয়

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন থাইলেণ্ডৰ বেংককত অনুষ্ঠিত “১২ সংখ্যক এছিয়ান এজ গ্ৰুপ একুৱেটিকছ চেম্পিয়নশ্বিপ ২০২৬” ৰ উদ্বোধনী দিনাই অসমৰ প্ৰতিভাৱান ডাইভাৰ ৰূপম গগৈয়ে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ভাৰতীয় সেনাৰ এছ কেডেট সুপ্ৰদীপ সাহাৰ সৈতে যুটি বান্ধি...
আছাম স্পৰ্টছ একাডেমীত নৱতম সংযোজন “কালাৰিপায়ত্তু” ক্ৰীড়া

আছাম স্পৰ্টছ একাডেমীত নৱতম সংযোজন “কালাৰিপায়ত্তু” ক্ৰীড়া

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন আছাম স্পৰ্টছ একাডেমীত নৱতম সংযোজন “কালাৰিপায়ত্তু” ক্ৰীড়া।”ৰাজ্যিক কালালিপায়ত্তু প্ৰতিযোগিতা”লৈ প্ৰস্তুতি আৰম্ভ ।”আছাম স্পৰ্টছ একাডেমী”ত তিনিদিনীয়া প্ৰস্তুতি শিবিৰ।সামৰণি অনুষ্ঠানত উপস্থিত অসম...
উত্তৰ-পূৱ আঞ্চলিক টাইকোৱানডো ফেডাৰেচনৰ নতুন কমিটি গঠন

উত্তৰ-পূৱ আঞ্চলিক টাইকোৱানডো ফেডাৰেচনৰ নতুন কমিটি গঠন

গ’গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন উত্তৰ-পূৱ আঞ্চলিক টাইকোৱানডো ফেডাৰেচনৰ এখন সাধাৰণ সভা কালি সন্ধিয়া গুৱাহাটীৰ হোটেল অৰ্নেটত অনুষ্ঠিত হৈ যায়। অসম টাইকোৱানডো সন্থাৰ আতিথ্যত অনুষ্ঠিত সভাখনতে উত্তৰ পূৱ আঞ্চলিক টাইকোৱানডো ফেডাৰেচনৰ নতুন কমিটিখন গঠন কৰা হয়।...
“জিপিচি মিডিয়া ফুটছাল টুৰ্ণামেণ্ট ২০২৬”-ৰ সফল সামৰণি

“জিপিচি মিডিয়া ফুটছাল টুৰ্ণামেণ্ট ২০২৬”-ৰ সফল সামৰণি

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত বেলতলাস্থিত এৰিনা২৮ ত সোমবাৰে “জিপিচি মিডিয়া ফুটছাল টুৰ্ণামেণ্ট’ৰ সফল সামৰণি পৰে। প্ৰতিযোগিতাৰ পুৰুষ শাখাৰ ফাইনেলত “এন ই ভাৰত ২৪”-এ “অসম লাইভ ২৪”-ক ১-০ গ’লত...
প্ৰথম কিয়া টেনিছ প্ৰিমিয়াৰ লীগৰ সামৰণি,ফাগুন জ্যোতিৰ দ্বিমুকুট অৰ্জন

প্ৰথম কিয়া টেনিছ প্ৰিমিয়াৰ লীগৰ সামৰণি,ফাগুন জ্যোতিৰ দ্বিমুকুট অৰ্জন

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসমৰ প্ৰতিভাবান টেনিছ খেলুৱৈ ফাগুন জ্যোতিয়ে প্ৰথম আটা-কিয়া টেনিছ প্ৰিমিয়াৰ লীগ [টিপিএল] ত দ্বিমুকুট লাভ কৰিবলৈ সক্ষম হৈছে৷ গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত অনুষ্ঠিত প্ৰতিযোগিতাখনত ফাগুনে ছোৱালীৰ ১২ আৰু ১৪ বছৰ অনুৰ্ধৰ একক শাখাৰ খিতাপ জয়...