“জিজেচি জুডো একাডেমী”ৰ সাফল্য , জিজ্ঞাস-ঈপ্সিতাৰ পদকজয়ৰ কৃতিত্বৰে সুন্দৰ আৰম্ভণি

“জিজেচি জুডো একাডেমী”ৰ সাফল্য , জিজ্ঞাস-ঈপ্সিতাৰ পদকজয়ৰ কৃতিত্বৰে সুন্দৰ আৰম্ভণি

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন যোৱা ২৭-৩০ জুলাইলৈ চত্তিশগড়ৰ ৰায়পুৰত অনুষ্ঠিত “চিবিএছচি ফাৰ ইষ্ট জ’ন জুডো চেম্পিয়নশ্বিপ ২০২৬-২৭” ত দুগৰাকী অসমৰ জুডোকা ক্ৰমে -জিজ্ঞাস দত্তই সোণ আৰু ঈপ্সিতা দাসে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী মহানগৰীৰ...