অইল আইটা ৰাষ্ট্ৰীয় ছুপাৰ ছিৰিজ টেনিছ আৰম্ভ,অসমৰ খেলুৱৈৰ প্ৰত্যাশিত অভিযান

অইল আইটা ৰাষ্ট্ৰীয় ছুপাৰ ছিৰিজ টেনিছ আৰম্ভ,অসমৰ খেলুৱৈৰ প্ৰত্যাশিত অভিযান

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত সোমবাৰৰ পৰা আৰম্ভ হৈছে অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতা৷ অসম টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত ১৪ আৰু ১৬ বছৰ অনূধ্বৰ্ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত সোমবাৰে পুৱাৰে পৰা উভয় শাখাৰে এককৰ প্ৰথম ৰাউণ্ডৰ মেচসমুহ...
অসম প্ৰিমিয়াৰ লীগঃডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ প্ৰথম পৰাজয়, শীৰ্ষত উপনীত গুৱাহাটী ৰয়েলছ

অসম প্ৰিমিয়াৰ লীগঃডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ প্ৰথম পৰাজয়, শীৰ্ষত উপনীত গুৱাহাটী ৰয়েলছ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গুৱাহাটী ৰয়েলছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত সোমবাৰে নিশা অনুষ্ঠিত মেচত ৫ উইকেটত ডিব্ৰুগড় ৱাৰিয়ৰ্ছক পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে৷ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ১২২ ৰাণৰ...
অসম প্ৰিমিয়াৰ লীগ,তেজপুৰ টাইটানছৰ বিৰুদ্ধে ন উইকেটত জয়লাভ যোৰহাট ষ্টেলিয়নছৰ

অসম প্ৰিমিয়াৰ লীগ,তেজপুৰ টাইটানছৰ বিৰুদ্ধে ন উইকেটত জয়লাভ যোৰহাট ষ্টেলিয়নছৰ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন যোৰহাট ষ্টেলিয়নছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত দ্বিতীয় জয় অৰ্জন কৰি প্লে-অফলৈ উত্তৰণৰ আশা সজীৱ কৰি ৰাখিছে৷ গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত সোমবাৰে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ মেচত দলে ন উইকেটত পৰাস্ত কৰে...
১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃএফ চি ৰেংদাই দলৰ গ্ৰুপ ‘ডি’ৰ পৰা কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা

১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃএফ চি ৰেংদাই দলৰ গ্ৰুপ ‘ডি’ৰ পৰা কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন মোহন বাগান ছুপাৰ জায়েণ্টৰ পাছতে দ্বিতীয়টো দল হিচাপে এফ চি ৰেংদায়ে চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা”ৰ কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে৷ মণিপুৰত অনুষ্ঠিত গ্ৰুপ ‘ডি’ৰ পৰা শীৰ্ষ দল হিচাপে...
অসম প্ৰিমিয়াৰ লীগঃঅন্তিম বলৰ ছিক্সাৰৰে বৰপেটা ব্ৰেভছৰ বিৰুদ্ধে বৰাক লিজেণ্ডছৰ ৰোমাঞ্চকৰ জয়

অসম প্ৰিমিয়াৰ লীগঃঅন্তিম বলৰ ছিক্সাৰৰে বৰপেটা ব্ৰেভছৰ বিৰুদ্ধে বৰাক লিজেণ্ডছৰ ৰোমাঞ্চকৰ জয়

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ দেওবাৰে অনুষ্ঠিত এখন ৰোমাঞ্চকৰ মেচত বৰাক লিজেণ্ডছে তিনি উইকেটত পৰাস্ত কৰে বৰপেটা ব্ৰেভছক৷ ১৩০ ৰাণৰ বিজয়লক্ষ্যৰে বেটিং কৰা লিজেণ্ডছক অন্তিমটো বলত জয়ৰ বাবে পাঁচ ৰাণ প্ৰয়োজন...