অসম প্ৰিমিয়াৰ লীগঃপ্ৰথম চেম্পিয়নৰ গৌৰৱ অৰ্জাৰ লক্ষ্যৰে সাজু গুৱাহাটী ৰয়েলছ-বৰপেটা ব্ৰেভছ

অসম প্ৰিমিয়াৰ লীগঃপ্ৰথম চেম্পিয়নৰ গৌৰৱ অৰ্জাৰ লক্ষ্যৰে সাজু গুৱাহাটী ৰয়েলছ-বৰপেটা ব্ৰেভছ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম ক্ৰিকেট সন্থাই আয়োজন কৰা উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ দেওবাৰে হ’বলগা মেগা ফাইনেলত গুৱাহাটী ৰয়েলছ আৰু বৰপেটা ব্ৰেভছ মুখামুখি হ’ব৷ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত নিশা সাত বজাত এই মেচখন...
দেওবাৰে ডুৰাণ্ড কাপৰ ফাইনেলত কলকাতা ডাৰ্বি,ইতিহাস ৰছনাৰ মেচত ইষ্ট বেংগল-মোহন বাগান

দেওবাৰে ডুৰাণ্ড কাপৰ ফাইনেলত কলকাতা ডাৰ্বি,ইতিহাস ৰছনাৰ মেচত ইষ্ট বেংগল-মোহন বাগান

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল মেচখন দেওবাৰে অনুষ্ঠিত হ’ব৷ ভাৰতীয় ফুটবলৰ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতীক তথা এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খিতাপৰ বাবে অৱতীৰ্ণ হ’ব...
অসম প্ৰিমিয়াৰ লীগঃদেওবাৰৰ ফাইনেলত গুৱাহাটী ৰয়েলছ-বৰপেটা ব্ৰেভছ

অসম প্ৰিমিয়াৰ লীগঃদেওবাৰৰ ফাইনেলত গুৱাহাটী ৰয়েলছ-বৰপেটা ব্ৰেভছ

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ ফাইনেল মেচখন গুৱাহাটী ৰয়েলছ আৰু বৰপেটা ব্ৰেভছৰ মাজত অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাৰ শুক্ৰবাৰে হোৱা দ্বিতীয়খন ছেমিফাইনেলত গুৱাহাটী ৰয়েলছে ৭ উইকেটত পৰাস্ত কৰে...
অসম প্ৰিমিয়াৰ লীগঃডিব্ৰুগড় ৱাৰিয়ৰ্ছক হৰুৱাই ফাইনেলত বৰপেটা ব্ৰেভছ

অসম প্ৰিমিয়াৰ লীগঃডিব্ৰুগড় ৱাৰিয়ৰ্ছক হৰুৱাই ফাইনেলত বৰপেটা ব্ৰেভছ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন বৰপেটা ব্ৰেভছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত প্ৰথমটো দলৰূপেফাইনেলত প্ৰৱেশ কৰিছে৷ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত শুক্ৰবাৰে অনুষ্ঠিত লীগৰ প্ৰথমখন ছেমিফাইনেলত ব্ৰেভছে পাঁচ উইকেটত পৰাস্ত কৰে ডিব্ৰুগড়...
অসম প্ৰিমিয়াৰ লীগঃনগাঁও ৰেঞ্জাৰ্ছক হৰুৱাই আত্মবিশ্বাসৰে ছেমিলৈ ডিব্ৰুগড় ৱাৰিয়ৰ্ছ

অসম প্ৰিমিয়াৰ লীগঃনগাঁও ৰেঞ্জাৰ্ছক হৰুৱাই আত্মবিশ্বাসৰে ছেমিলৈ ডিব্ৰুগড় ৱাৰিয়ৰ্ছ

গ’গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন ডিব্ৰুগড় ৱাৰিয়ৰ্ছে উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ অন্তিম লীগ মেচখনত ৰোমাঞ্চকৰ এক ৰাণত জয়লাভ কৰি আত্মবিশ্বাসৰে ছেমিফাইনেললৈ সাজু হৈছে৷ বৃহস্পতিবাৰে বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত নৈশালোকত...