by Gogo Sports NE | Aug 15, 2026 | Cricket
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ শনিবাৰে বৰাক লিজেণ্ডছ আৰু চৰাইদেউ ছানৰাইজাৰ্ছৰ মাজৰ দিনটোৰ প্ৰথমখন মেচ বৰষুণৰ বাবে পৰিত্যক্ত হয়৷ ফলশ্ৰুতিত উভয় দলে এক পইণ্টকৈ লাভ কৰে৷ আঠ মেচৰ পৰা ১১ পইণ্ট অৰ্জন কৰি বৰাক...
by Gogo Sports NE | Aug 14, 2026 | Cricket
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অধিনায়ক শিৱ শংকৰ ৰয়ৰ বিস্ফোৰক অৰ্ধশতক তথা দৰ্শনীয় বলিঙৰ লগতে দলৰ বলাৰৰ সুন্দৰ প্ৰদৰ্শনৰে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ শুক্ৰবাৰে হোৱা দিনটোৰ দ্বিতীয়খন মেচত বৰাক লিজেণ্ডছে ৭৬ ৰাণত পৰাস্ত কৰে ডিব্ৰুগড়...
by Gogo Sports NE | Aug 14, 2026 | Football
গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা”ৰ গ্ৰুপৰ লীগ মেচৰ সমাপ্তিৰ পাছত এতিয়া অহা ১৬ আৰু ১৭ আগষ্টত অনুষ্ঠিত হ’ব চাৰিখন কোৱাৰ্টাৰ ফাইনেল ৷ আয়োজকে প্ৰকাশ কৰা সূচী অনুসৰি ১৬ আগষ্টত দিনৰ ৪ বজাত...
by Gogo Sports NE | Aug 13, 2026 | Cricket
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অধিনায়ক ডেনিছ দাসৰ অনবদ্য অৰ্ধশতকৰ সহায়ত বৰপেটা ব্ৰেভছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ এখন চাপৰ মেচত গুৱাহাটী ৰয়েলছক চাৰি উইকেটত পৰাস্ত কৰি আঠ পইণ্টৰে তালিকাৰ তৃতীয় স্থানলৈ উত্তৰণ কৰিছে৷ বৰ্ষাপাৰাৰ এ চি...
by Gogo Sports NE | Aug 13, 2026 | Tennis
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসমৰ নিব্ৰাছ হুছেইনে গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত চলি থকা অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ ল’ৰাৰ ১৪ আৰু ১৬ বছৰ অনুৰ্ধৰ একক শাখাৰ ফাইনেলত প্ৰবেশ কৰাৰ লগতে ১৬ অনুৰ্ধৰ ডাবলছৰ খিতাপৰ যুঁজলৈও অগ্ৰসৰ হৈছে৷ শুক্ৰবাৰে ত্ৰিমুকুটৰ...