by Gogo Sports NE | Aug 26, 2026 | Judo
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন যোৱা ২৭-৩০ জুলাইলৈ চত্তিশগড়ৰ ৰায়পুৰত অনুষ্ঠিত “চিবিএছচি ফাৰ ইষ্ট জ’ন জুডো চেম্পিয়নশ্বিপ ২০২৬-২৭” ত দুগৰাকী অসমৰ জুডোকা ক্ৰমে -জিজ্ঞাস দত্তই সোণ আৰু ঈপ্সিতা দাসে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী মহানগৰীৰ...