by Gogo Sports NE | Jul 28, 2026 | Athletics
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চলিত কমনৱেলথ গেমছত ভাৰতৰ পদকৰ সংখ্যা ১২ টালৈ বৃদ্ধি পালে।মংগলবাৰে ভাৰতীয় দীৰ্ঘ দূৰত্বৰ দৌৰবিদ গুলবীৰ সিঙে জিনিলে ৰূপৰ পদক। ১০ হাজাৰ মিটাৰৰ ফাইনেলত ২৭:৪৯.৭৮ সময়েৰে এই সাফল্য অৰ্জন কৰে খেলুৱৈ গৰাকী-এ। প্ৰচণ্ড বৰষুণ আৰু বৰষুণেৰে তিতি থকা...
by Gogo Sports NE | Jul 28, 2026 | Cricket
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন “অসম প্ৰীমিয়াৰ লীগ”ৰ অভিষেকৰ পূৰ্বে ডিব্ৰুগড় ৱাৰিয়ৰ্ছে দলৰ আনুষ্ঠানিক জাৰ্ছি উন্মোচনৰ লগতে সাহিল জৈনক অধিনায়ক আৰু জিতুমণি কলিতাক সহ-অধিনায়ক হিচাপে ঘোষণা কৰে ফ্ৰেঞ্চাইজিটোৱে। এই ঘোষণাৰ মাধ্যমেৰে আসন্ন বৰ্ষৰ বাবে দলৰ...
by Gogo Sports NE | Jul 28, 2026 | Boxing
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গ্লাছগোৰ পৰা ভাৰতৰ তাৰকা বক্সাৰ তথা অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ৰাজ্যত শেহতীয়াকৈ সৃষ্টি হোৱা ভয়াবহ বান পৰিস্থিতিক লৈ তীব্ৰ শোক প্ৰকাশ কৰি এটা আৱেগিক ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰিছে। লাভলীনাই কয় যে বানপানীৰ বেদনাদায়ক ভিডিঅ’বোৰৰ বাবে...
by Gogo Sports NE | Jul 28, 2026 | Boxing
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন যোৱা ২৩ জুলাইৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত সগৌৰৱেৰে অব্যাহত আছে কমনৱেলথ গেমছ ২০২৬ । এইবাৰৰ প্ৰতিযোগিতাত ভাৰতৰ মুঠ ১৪ গৰাকী বক্সাৰে দেশৰ হৈ প্ৰদৰ্শন আগবঢ়াইছে ।ভাল লগা কথাটো হ’ল যে, চলিত কমনৱেলথ গেমছত ভাৰতীয় বক্সিং দলৰ পৰ্যবেক্ষক ৰূপে...
by Gogo Sports NE | Jul 26, 2026 | Mountaineering
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত “মাউণ্ট এভাৰেষ্ট” আৰোহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক সম্বৰ্ধনা জনালে অসম চৰকাৰে । লগতে এই অনুষ্ঠানতে সম্বৰ্ধনা জনালে এই ঐতিহাসিক অভিযানৰ সফল নেতৃত্ব বহন কৰা আই টি বি পিৰ সহকাৰী...