ছোৱালী বাস্কেটবলৰ নতুন খবৰ

ছোৱালী বাস্কেটবলৰ নতুন খবৰ

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন “সদৌ অসম ১৭ অনুৰ্ধ ছোৱালী বাস্কেটবল”ত চেম্পিয়ন এন এফ ৰেলৱে । ডিমা হাচাওলৈ “ৰাৰ্ণাছ আপ”ৰ সন্মান । বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত বিধায়ক বিজয় গুপ্তা। জীপাল এন এফ ৰেলৱেৰ ইনডৰ ষ্টেডিয়াম । যোৱা ২৮ ৰ পৰা ৩০...