অসম প্ৰিমিয়াৰ লীগঃঅন্তিম বলৰ ছিক্সাৰৰে বৰপেটা ব্ৰেভছৰ বিৰুদ্ধে বৰাক লিজেণ্ডছৰ ৰোমাঞ্চকৰ জয়

অসম প্ৰিমিয়াৰ লীগঃঅন্তিম বলৰ ছিক্সাৰৰে বৰপেটা ব্ৰেভছৰ বিৰুদ্ধে বৰাক লিজেণ্ডছৰ ৰোমাঞ্চকৰ জয়

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ দেওবাৰে অনুষ্ঠিত এখন ৰোমাঞ্চকৰ মেচত বৰাক লিজেণ্ডছে তিনি উইকেটত পৰাস্ত কৰে বৰপেটা ব্ৰেভছক৷ ১৩০ ৰাণৰ বিজয়লক্ষ্যৰে বেটিং কৰা লিজেণ্ডছক অন্তিমটো বলত জয়ৰ বাবে পাঁচ ৰাণ প্ৰয়োজন...
অসম প্ৰিমিয়াৰ লীগঃজয়ৰে দ্বিতীয়লৈ উত্তৰণ গুৱাহাটী ৰয়েলছ, ক্ৰমাগত চতুৰ্থ পৰাজয় তেজপুৰ টাইটানছৰ

অসম প্ৰিমিয়াৰ লীগঃজয়ৰে দ্বিতীয়লৈ উত্তৰণ গুৱাহাটী ৰয়েলছ, ক্ৰমাগত চতুৰ্থ পৰাজয় তেজপুৰ টাইটানছৰ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গুৱাহাটী ৰয়েলছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত ক্ৰমাগত দুখন মেচত জয়লাভ কৰি চাৰিখন খেলৰ পৰা ৬ পইণ্ট অৰ্জনৰে তালিকাৰ দ্বিতীয় স্থানত উপনিত হৈছে৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত...
অসম প্ৰিমিয়াৰ লীগঃৰেঞ্জাৰ্ছক বৃহৎ ব্যৱধানত হৰুৱাই ক্ৰমাগত দ্বিতীয় জয় বৰপেটা ব্ৰেভছৰ

অসম প্ৰিমিয়াৰ লীগঃৰেঞ্জাৰ্ছক বৃহৎ ব্যৱধানত হৰুৱাই ক্ৰমাগত দ্বিতীয় জয় বৰপেটা ব্ৰেভছৰ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অধিনায়ক ডেনিছ দাসৰ অনবদ্য অপৰাজিত অৰ্ধশতক তথা তিনি স্পীনাৰৰ যাদুকৰী বলিঙৰ সহায়ত বৰপেটা ব্ৰেভছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত ক্ৰমাগত দ্বিতীয় মেচত জয়লাভ কৰিছে৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত...
অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন বিষয়ববীয়া আব্দুল গফৰ উজ জামানৰ মৃত্যুত শোক

অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন বিষয়ববীয়া আব্দুল গফৰ উজ জামানৰ মৃত্যুত শোক

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি তথা গভৰ্নিং বডীৰ সদস্য আব্দুল গফৰ উজ জামানৰ মৃত্যুত অসম ক্ৰিকেট সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে । নলবাৰীস্থিত নিজা বাসগৃহত আজি ৭৪ বছৰ বয়সত তেখেতৰ পৰলোকপ্ৰাপ্তি ঘটে ।জামানে অসম ক্ৰিকেট সন্থালৈ অতি...
বিশিষ্ট ক্ৰীড়া সংগঠক আব্দুল গফ্ফাৰ উজ জামান আৰু নাই

বিশিষ্ট ক্ৰীড়া সংগঠক আব্দুল গফ্ফাৰ উজ জামান আৰু নাই

দীপক কুমাৰ দাসৰ প্ৰতিবেদন প্ৰাক্তন খেলুৱৈ, ক্ৰীড়া সংগঠক, সমাজ সচেতক আব্দুল গফ্ফাৰ উজ জামান বুধবাৰে বিয়লি নিজ বাসগৃহত ইহলীলা সম্বৰণ কৰে।বহু বছৰ ধৰি তেওঁ বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে অসেংখ গুণমুগ্ধই তেওঁৰ বাসভৱনত ভীৰ কৰা পৰিলক্ষিত...