আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছঃনিব্ৰাছ-শিৱৰ বিদায়, কোৱাৰ্টাৰত আৰৱ ঢেকিয়াল

আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছঃনিব্ৰাছ-শিৱৰ বিদায়, কোৱাৰ্টাৰত আৰৱ ঢেকিয়াল

গুৱাহাটী, ১৮ নৱেম্বৰঃঅসমৰ নিব্ৰাছ হুছেইন আৰু শিৱ শৰ্মা গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত চলি থকা আই টি এফ জুনিয়ৰ জে ৬০ আন্তৰ্জাতিক টেনিছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে৷ বিপৰীতে অসমত জন্ম লাভ কৰা তথা সম্প্ৰতি দিল্লীৰ বাসিন্দা আৰৱ ঢেকিয়ালে অঘটন...
আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছ:অঘটন সৃষ্টিৰে প্ৰি-কোৱাৰ্টাৰত অসমৰ শিৱ শৰ্মা

আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছ:অঘটন সৃষ্টিৰে প্ৰি-কোৱাৰ্টাৰত অসমৰ শিৱ শৰ্মা

গুৱাহাটী, ১৭ নৱেম্বৰঃ গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত চলি থকা আই টি এফ জুনিয়ৰ জে ৬০ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাত মংগলবাৰে বৃহৎ অঘটন সৃষ্টিৰে ল’ৰাৰ এককৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ শিৱ শৰ্মাই৷ ৱাইল্ড কাৰ্ড লাভ কৰি প্ৰতিযোগিতাত খেলাৰ সুযোগ পোৱা শিৱই মংগলবাৰে...
আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছঃজয়ৰে অভিযান অসমৰ নিব্ৰাছ হুছেইনৰ

আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছঃজয়ৰে অভিযান অসমৰ নিব্ৰাছ হুছেইনৰ

গুৱাহাটী, ১৬ নৱেম্বৰঃ*অসমৰ নিব্ৰাছ হুছেইনে গুৱাহাটীত চলি থকা আই টি এফ জুনিয়ৰ জে ৬০ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাত জয়ৰে প্ৰত্যাশিত আৰম্ভণি কৰিছে৷ সোমবাৰে অনুষ্ঠিত হোৱা ল’ৰাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডত নিব্ৰাছে দেশৰে সাৰ্থক অশোক গাইকোৱাডক তিনিটা ছেটৰ তীব্ৰ...
শুকুৰবাৰে অইল আইটা ৰাষ্ট্ৰীয় ছুপাৰ ছিৰিজ টেনিছৰ ফাইনেল,ত্ৰিমুকুটৰ লক্ষ্যৰে খেলিব অসমৰ নিব্ৰাছ হুছেইনে

শুকুৰবাৰে অইল আইটা ৰাষ্ট্ৰীয় ছুপাৰ ছিৰিজ টেনিছৰ ফাইনেল,ত্ৰিমুকুটৰ লক্ষ্যৰে খেলিব অসমৰ নিব্ৰাছ হুছেইনে

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসমৰ নিব্ৰাছ হুছেইনে গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত চলি থকা অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ ল’ৰাৰ ১৪ আৰু ১৬ বছৰ অনুৰ্ধৰ একক শাখাৰ ফাইনেলত প্ৰবেশ কৰাৰ লগতে ১৬ অনুৰ্ধৰ ডাবলছৰ খিতাপৰ যুঁজলৈও অগ্ৰসৰ হৈছে৷ শুক্ৰবাৰে ত্ৰিমুকুটৰ...
অইল আইটা ৰাষ্ট্ৰীয় ছুপাৰ ছিৰিজ টেনিছঃবংগৰ শীৰ্ষ বাচনিৰ ল’ৰা-ছোৱালীক বিদায় দি অসমৰ আৰুশ-মৃগাক্ষীৰ চমক

অইল আইটা ৰাষ্ট্ৰীয় ছুপাৰ ছিৰিজ টেনিছঃবংগৰ শীৰ্ষ বাচনিৰ ল’ৰা-ছোৱালীক বিদায় দি অসমৰ আৰুশ-মৃগাক্ষীৰ চমক

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসমৰ অৰুশ দাস আৰু মৃগাক্ষী চাংমাইয়ে চমক সৃষ্টি কৰি গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত চলি থকা অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ ১৬ বছৰ অনুৰ্ধৰ ল’ৰা-ছোৱালীৰ একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ বুধবাৰে হোৱা কোৱাৰ্টাৰ ফাইনেলত অষ্টম...