অসম প্ৰিমিয়াৰ লীগঃডিব্ৰুগড় ৱাৰিয়ৰ্ছক হৰুৱাই ফাইনেলত বৰপেটা ব্ৰেভছ

অসম প্ৰিমিয়াৰ লীগঃডিব্ৰুগড় ৱাৰিয়ৰ্ছক হৰুৱাই ফাইনেলত বৰপেটা ব্ৰেভছ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন বৰপেটা ব্ৰেভছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত প্ৰথমটো দলৰূপেফাইনেলত প্ৰৱেশ কৰিছে৷ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত শুক্ৰবাৰে অনুষ্ঠিত লীগৰ প্ৰথমখন ছেমিফাইনেলত ব্ৰেভছে পাঁচ উইকেটত পৰাস্ত কৰে ডিব্ৰুগড়...
অসম প্ৰিমিয়াৰ লীগঃনগাঁও ৰেঞ্জাৰ্ছক হৰুৱাই আত্মবিশ্বাসৰে ছেমিলৈ ডিব্ৰুগড় ৱাৰিয়ৰ্ছ

অসম প্ৰিমিয়াৰ লীগঃনগাঁও ৰেঞ্জাৰ্ছক হৰুৱাই আত্মবিশ্বাসৰে ছেমিলৈ ডিব্ৰুগড় ৱাৰিয়ৰ্ছ

গ’গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন ডিব্ৰুগড় ৱাৰিয়ৰ্ছে উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ অন্তিম লীগ মেচখনত ৰোমাঞ্চকৰ এক ৰাণত জয়লাভ কৰি আত্মবিশ্বাসৰে ছেমিফাইনেললৈ সাজু হৈছে৷ বৃহস্পতিবাৰে বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত নৈশালোকত...
শ্বিলঙৰ দ্বিতীয় ছেমিফাইনেলত টাইব্ৰেকাৰত পৰাস্ত নৰ্থ ইষ্ট ইউনাইটেড,ডুৰাণ্ড কাপৰ ফাইনেলত ইষ্ট বেংগল-মোহন বাগান ছুপাৰ জায়েণ্ট

শ্বিলঙৰ দ্বিতীয় ছেমিফাইনেলত টাইব্ৰেকাৰত পৰাস্ত নৰ্থ ইষ্ট ইউনাইটেড,ডুৰাণ্ড কাপৰ ফাইনেলত ইষ্ট বেংগল-মোহন বাগান ছুপাৰ জায়েণ্ট

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ ডুৰাণ্ড কাপ জয়ৰ হেট্ৰিক অৰ্জনৰ আশাত চেঁচাপানী পৰিল৷ যোৱা ছিজনত অনিৰুদ্ধ ধাৰা অব্যাহত ৰখা নৰ্থ ইষ্ট ইউনাইটেডৰ অশ্বমেধৰ ঘোঁৰা বৃহস্পতিবাৰে স্থবিৰ হয় মেঘালয়ৰ ভূমিত৷ উল্লেখ্য যে নৰ্থ ইষ্ট ইউনাইটেডক পৰাস্ত...
বি ডব্লিউ এফ বিশ্ব বেডমিণ্টনঃআয়ুষ ছেট্টী-পি ভি সিন্ধুৰ অভিযান সমাপ্ত,কোৱাৰ্টাৰত ভাৰতৰ মহিলা যুটি গায়ত্ৰী গোপীচান্দ-তৃষা জলী

বি ডব্লিউ এফ বিশ্ব বেডমিণ্টনঃআয়ুষ ছেট্টী-পি ভি সিন্ধুৰ অভিযান সমাপ্ত,কোৱাৰ্টাৰত ভাৰতৰ মহিলা যুটি গায়ত্ৰী গোপীচান্দ-তৃষা জলী

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চলিত বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত একক শাখাত ভাৰতৰ প্ৰত্যাহ্বান অন্ত পৰিছে৷ প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে হোৱা প্ৰি-কোৱাৰ্টাৰ ফাইনেলত আয়ুষ ছেট্টী আৰু পি ভি সিন্ধু পুৰুষ আৰু মহিলাৰ এককত পৰাস্ত হোৱাৰ লগে লগে ঘৰুৱা দলৰ আশা...
অসম প্ৰিমিয়াৰ লীগৰ প্ৰাইজমানি ঘোষণা

অসম প্ৰিমিয়াৰ লীগৰ প্ৰাইজমানি ঘোষণা

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন দলে ৫০ লাখ টকা তথা ৰানাৰ্ছআপ দলটোৱে ২৫ লাখ টকা লাভ কৰিব৷ উল্লেখ্য যে অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী...